ডবকাত ডাম্পাৰ- ইঅ’ন বাহনৰ সংঘৰ্ষ, নিহত ১ গৰাকী মহিলা…

  • ডবকাত সংঘটিত হৈছে পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত এগৰাকী মহিলা।
  • নিহত মহিলাগৰাকীৰ নাম নাৰ্জা খাকলাৰী ।
  • ডাম্পাৰ আৰু ইঅ'ন বাহনৰ সংঘৰ্ষ।
  • প্ৰথমে ডিভাইডাৰত খুন্দা মাৰ্ ডাম্পাৰখনে।
  • ইয়াৰ পাছতে ইঅ'ন বাহনৰ ওপৰত বাগৰি পৰে ডাম্পাৰখন।
  • গুৰুতৰভাৱে আহন আন ৩জন লোক
  • চাৰিলেনযুক্ত ঘাইপথৰ ডিফু বাইপাছত এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in