শেহতীয়া খবৰ
গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...  •  নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ  •  বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই...

পূজাৰ মাজতে অঘটনঃ ডবকাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ যুৱকে…

82
  • ডবকাৰ আকাশীগংগাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • পথ দুৰ্ঘটনাত থিতাতে নিহত অসীম বৰা আৰু অংকুৰ বৰা নামৰ দুজন যুৱক।
  • গুৰুতৰভাৱে আহত দীপজ্যোতি শইকীয়া নামৰ এজন যুৱক।
  • নিশা ৰাজপথত পৰি থকা অৱস্থাত টহলদাৰী আৰক্ষীয়ে প্ৰত্যক্ষ কৰে তিনিওকে।
  • তিনিওজনৰ ঘৰ ডবকা তপতজুৰি হালধিআটিত।
  • আহত দীপজ্যোতি শইকীয়াৰ অৱস্থা সংকটজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি