পূজাৰ মাজতে অঘটনঃ ডবকাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ যুৱকে…

  • ডবকাৰ আকাশীগংগাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • পথ দুৰ্ঘটনাত থিতাতে নিহত অসীম বৰা আৰু অংকুৰ বৰা নামৰ দুজন যুৱক।
  • গুৰুতৰভাৱে আহত দীপজ্যোতি শইকীয়া নামৰ এজন যুৱক।
  • নিশা ৰাজপথত পৰি থকা অৱস্থাত টহলদাৰী আৰক্ষীয়ে প্ৰত্যক্ষ কৰে তিনিওকে।
  • তিনিওজনৰ ঘৰ ডবকা তপতজুৰি হালধিআটিত।
  • আহত দীপজ্যোতি শইকীয়াৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in