কাৰ্বি আংলঙত আটক উগ্ৰপন্থী, জব্দ অস্ত্ৰ-শস্ত্ৰ

কাৰ্বি আংলঙত আটক উগ্ৰপন্থী, জব্দ অস্ত্ৰ-শস্ত্ৰ
  • কাৰ্বি আংলং আৰক্ষী আৰু সেনাৰ ১২ গাৰোৱাল ৰেজিমেণ্টৰ উগ্ৰপন্থীৰ বিৰুদ্ধে যুটীয়া অভিযান।
  • অভিযানত আটক এটা উগ্ৰপন্থী।
  • আটক হোৱা উগ্ৰপন্থীটো বেতছিং জিদুং ওৰফে মাষ্টৰ ওৰফে জন ডিমাছা বুলি জানিব পৰা গৈছে।
  • ধনশিৰিৰ পৰা আটক কৰা হৈছে উগ্ৰপন্থীটোক।
  • উগ্ৰপন্থীটো সন্ত্ৰাসবাদী সংগঠন ডি এন এল এৰ সৈতে জড়িত থকাৰ অভিযোগ।
  • ইফালে জব্দ কৰা হৈছে এটা ৯ এমএম পিষ্টল, এটা মেগজিনৰ লগতে ৩ জাঁই সজীৱ গুলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in