শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

কাৰ্বি আংলঙত আটক উগ্ৰপন্থী, জব্দ অস্ত্ৰ-শস্ত্ৰ

62
  • কাৰ্বি আংলং আৰক্ষী আৰু সেনাৰ ১২ গাৰোৱাল ৰেজিমেণ্টৰ উগ্ৰপন্থীৰ বিৰুদ্ধে যুটীয়া অভিযান।
  • অভিযানত আটক এটা উগ্ৰপন্থী।
  • আটক হোৱা উগ্ৰপন্থীটো বেতছিং জিদুং ওৰফে মাষ্টৰ ওৰফে জন ডিমাছা বুলি জানিব পৰা গৈছে।
  • ধনশিৰিৰ পৰা আটক কৰা হৈছে উগ্ৰপন্থীটোক।
  • উগ্ৰপন্থীটো সন্ত্ৰাসবাদী সংগঠন ডি এন এল এৰ সৈতে জড়িত থকাৰ অভিযোগ।
  • ইফালে জব্দ কৰা হৈছে এটা ৯ এমএম পিষ্টল, এটা মেগজিনৰ লগতে ৩ জাঁই সজীৱ গুলী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি