দিশপুৰত জ্বলিছে ইখনৰ পাছত সিখন বাহন…

ফাইল ফটো
ফাইল ফটো
  • অধিক উত্তপ্ত হৈছে দিশপুৰ।
  • সম্পূৰ্ণ জি এছ ৰোডৰ দুয়োকাষে কেৱল জুই আৰু জুই।
  • উত্তেজিত প্ৰতিবাদীকাৰীয়ে জ্বলাইঠছে পথৰ দুয়োকাষে থকা সকলো সামগ্ৰী।
  • ছুপাৰ মাৰ্কেটৰ ট্ৰেফিক পইন্টৰ পাছত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছিল এখন বাছত।
  • ইয়াৰ পাছতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে পথৰ কাষতে থকা এখন ক্ৰেং।
  • ক্ৰেঙৰ কাষতে থকা এখন বাইকৰ লগতে কেইবাখনো সৰু জুইত ভষ্মীভূত।
  • আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰতিবাদকাৰীক।
  • ৰাজপথলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in