দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ…

দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ…
  • দিশপুৰত প্ৰতিবাদকাৰীক খেদিবলৈ পানী মাৰিলে আৰক্ষীয়ে।
  • প্ৰতিবাদ সাব্যস্ত কৰা সচিবালয়ৰ কৰ্মচাৰীৰ ওপৰতো মাৰিলে পানী।
  • অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।
  • যিকোনো সময়তে ঘটিব পাৰে অঘটন।
  • পথৰ মাজতে বহিছে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in