প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ… VIDEO

প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ… VIDEO
  • দিশপুৰত উত্তপ্ত পৰিস্থিতি অব্যাহত।
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীক খেদিবলৈ পুনৰ পানী মাৰিছে।
  • কিন্তু প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাই।
  • হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ চৰকাৰ বিৰোধী শ্ল'গান।
  • একাংশ প্ৰতিবাদকাৰীয়ে পথত বহিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • পূৰ্বে প্ৰশাসনৰ বাহন ভঙাৰ লগতে এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে।
  • একাংশ প্ৰতিবাদকাৰীয়ে কৰিছিল শিলাবৰ্ষণ।
  • বেৰিকেট জ্বলাই দিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in