দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..

দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ উদযাপনৰ প্ৰস্তুতিৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰতিষ্ঠান তথা কাৰ্যালয় আদি ঠাইত বিশ্বকৰ্মা পূজালৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত উদ্যোগত ১৮ ছেপ্তেম্বৰত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে । এই বিশ্বকৰ্মা পূজা উপলক্ষে দিনৰভাগত নাম প্ৰসংগ আৰু সন্ধিয়া সাংবাদিকসকলৰ গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত হব বুলি প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জমোহন ৰায়ে জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in