শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..

105

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ উদযাপনৰ প্ৰস্তুতিৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰতিষ্ঠান তথা কাৰ্যালয় আদি ঠাইত বিশ্বকৰ্মা পূজালৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত উদ্যোগত ১৮ ছেপ্তেম্বৰত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে । এই বিশ্বকৰ্মা পূজা উপলক্ষে দিনৰভাগত নাম প্ৰসংগ আৰু সন্ধিয়া সাংবাদিকসকলৰ গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত হব বুলি প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জমোহন ৰায়ে জনাইছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি