উত্তপ্ত দিশপুৰ! প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী…

উত্তপ্ত দিশপুৰ! প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী…
  • দিশপুৰত জ্বলাই দিলে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।
  • কিছুসময় পূৰ্বে প্ৰতিবাদকাৰীয়ে ভাঙিছিল জনতা ভৱনৰ বেৰিকেট।
  • সচিবালয়ৰ কৰ্মচাৰীসকল ওলাই আহিছিল প্ৰতিবাদস্থলীলৈ।
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা।
  • আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত দিশপুৰৰ পৰিৱেশ।
  • বিভিন্ন স্থানৰ পৰা জনতাভৱনৰ সন্মুখত সমাগম হৈছে সহস্ৰাধিক ৰাইজ।
  • সময় আগবঢ়াৰ লগতে সমবেত হৈছে পূৰ্বতকৈ অধিক সংখ্যক প্ৰতিবাদকাৰী।
  • শিক্ষাৰ্থী, সচেতন নাগৰিক আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ।
  • উত্তাল পৰিৱেশ বিৰাজ কৰিছে সচিবালয়ৰ সন্মুখত।
  • আৰক্ষীয়ে জুই নুমুৱাৰ চেষ্টা চলাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in