ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে…

ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে…
  • ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট প্ৰতিবাদকাৰীয়ে জ্বলোৱাৰ পাছত অধিক উত্তপ্ত হয় পৰিস্থিতি।
  • দিশপুৰৰ সচিবালয়ৰ সমীপত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে এখন বাছ।
  • দিশপুৰ থানাৰ সন্মুখতে জ্বলাই দিয়া বাছখন।
  • দাউদাউকৈ জ্বলি উঠে বাছখন।
  • আৰক্ষীৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে বাছখন।
  • আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত পৰিৱেশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in