শেহতীয়া খবৰ
এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...  •  নিশা দুৱাৰ খোলা পলম হোৱাৰ বাবেই পত্নীক গুলীয়ালে এগৰাকী DSP য়ে...  •  বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনৰ দৌৰত আছে একাধিক নেতা, দিল্লীৰ মুখ্য কাৰ্যালয়ত মনোনয়ন দাখিল পৰ্ব…  •  ‘কা’ৰ সমৰ্থন নকৰা বুদ্ধিজীৱীসকল তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰঃ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্য  •  ৰবাৰ্ট বাদ্ৰাৰ ঘনিষ্ঠ ব্যৱসায়ী চি জি থম্পীক গ্ৰেপ্তাৰ...

ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে…

1,213
  • ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট প্ৰতিবাদকাৰীয়ে জ্বলোৱাৰ পাছত অধিক উত্তপ্ত হয় পৰিস্থিতি।
  • দিশপুৰৰ সচিবালয়ৰ সমীপত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে এখন বাছ।
  • দিশপুৰ থানাৰ সন্মুখতে জ্বলাই দিয়া বাছখন।
  • দাউদাউকৈ জ্বলি উঠে বাছখন।
  • আৰক্ষীৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে বাছখন।
  • আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত পৰিৱেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি