পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী

পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী
  • 'পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়।'
  • এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে মমতাই।
  • 'দেশৰ আৰ্থিক সংকট সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে চিন্তা কৰা উচিত।'
  • 'মই ভাৱো তেওঁ বিশেষজ্ঞৰ সৈতে আলোচনাত বহি সমাধান উলিওৱা উচিত।'
  • 'প্ৰয়োজন হ'লে তেওঁ অৰ্থনৈতিক সংকট সন্দৰ্ভত আলোচনাৰ বাবে সৰ্ব্বদলীয় বৈঠকৰ আহ্বান কৰিব পাৰে।'
  • 'এই দেশ আমাৰ সকলোৰে। গতিকে দেশৰ আৰ্থিক সংকট দূৰ কৰিবলৈ সকলো এক হোৱাৰ প্ৰয়োজন আছে।'
  • এইদৰে মন্তব্য কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in