শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী

144
  • ‘পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়।’
  • এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে মমতাই।
  • ‘দেশৰ আৰ্থিক সংকট সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে চিন্তা কৰা উচিত।’
  • ‘মই ভাৱো তেওঁ বিশেষজ্ঞৰ সৈতে আলোচনাত বহি সমাধান উলিওৱা উচিত।’
  • ‘প্ৰয়োজন হ’লে তেওঁ অৰ্থনৈতিক সংকট সন্দৰ্ভত আলোচনাৰ বাবে সৰ্ব্বদলীয় বৈঠকৰ আহ্বান কৰিব পাৰে।’
  • ‘এই দেশ আমাৰ সকলোৰে। গতিকে দেশৰ আৰ্থিক সংকট দূৰ কৰিবলৈ সকলো এক হোৱাৰ প্ৰয়োজন আছে।’
  • এইদৰে মন্তব্য কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি