ৰণবীৰ-দীপিকাৰ বিবাহঃ ইটালীৰ কিছু দৃশ্য, চাওঁক VIDEO

ৰণবীৰ-দীপিকাৰ বিবাহঃ ইটালীৰ কিছু দৃশ্য, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকনে আৰম্ভ কৰিলে জীৱনৰ দ্বিতীয় ইনিংছ। বলিউডৰ তাৰকা দুগৰাকীৰ বিবাহ সম্পন্ন হয় ইটালীত। চাওঁক ইটালীৰ ক'ম' বিলৰ পাৰৰ ভিল্লা ডেল বেলবিয়ানেল্ল'ত বিবাহ পাশত আৱদ্ধ হোৱা দুই তাৰকাৰ কিছু দৃশ্য-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in