শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

বাসগৃহলৈ অনা হৈছে ডিম্পলৰ মৃতদেহ, হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী পৰিয়াল-স্থানীয় লোকৰ…

  • উজানবজাৰস্থিত বাসগৃহলৈ অনা হৈছে ডিম্পল কুমাৱতৰ মৃতদেহ।
  • শোকাকুল পৰিৱেশ ডিম্পলৰ ঘৰ তথা সমগ্ৰ অঞ্চলটোত।
  • আশীষ, জিতু আৰু কৰণ নামৰ তিনিজনক আৰক্ষীয়ে জেৰা কৰিছে।
  • ইয়াৰে এজন কিশোৰ গৰাকীৰ জেঠায়েকৰ পুত্ৰ।
  • লতাশিল থানাত অব্যাহত ৰাখিছে জেৰা।
  • এতিয়াও উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ ম’বাইল ফোন।
  • বুধবাৰে ঘৰৰ ভিতৰতে হত্যা কৰিছিল ডিম্পলক।
  • হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী স্থানীয় ৰাইজৰ।
  • নৱগ্ৰহলৈ নিয়া হ’ব এতিয়া ডিম্পলৰ মৃতদেহ।
  • নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি