বাসগৃহলৈ অনা হৈছে ডিম্পলৰ মৃতদেহ, হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী পৰিয়াল-স্থানীয় লোকৰ…

বাসগৃহলৈ অনা হৈছে ডিম্পলৰ মৃতদেহ, হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী পৰিয়াল-স্থানীয় লোকৰ…
  • উজানবজাৰস্থিত বাসগৃহলৈ অনা হৈছে ডিম্পল কুমাৱতৰ মৃতদেহ।
  • শোকাকুল পৰিৱেশ ডিম্পলৰ ঘৰ তথা সমগ্ৰ অঞ্চলটোত।
  • আশীষ, জিতু আৰু কৰণ নামৰ তিনিজনক আৰক্ষীয়ে জেৰা কৰিছে।
  • ইয়াৰে এজন কিশোৰ গৰাকীৰ জেঠায়েকৰ পুত্ৰ।
  • লতাশিল থানাত অব্যাহত ৰাখিছে জেৰা।
  • এতিয়াও উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ ম'বাইল ফোন।
  • বুধবাৰে ঘৰৰ ভিতৰতে হত্যা কৰিছিল ডিম্পলক।
  • হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী স্থানীয় ৰাইজৰ।
  • নৱগ্ৰহলৈ নিয়া হ'ব এতিয়া ডিম্পলৰ মৃতদেহ।
  • নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in