শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ডিমাপুৰত প্ৰয়াত বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰে জড়িত এন এছ চি এনৰ নেতাক গ্ৰেপ্তাৰ…

319

ডিজিটেল সংবাদ, ৱাখাঃ অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছাৰ প্ৰয়াত বিধায়ক টিৰং অবহৰ হত্যাত জড়িত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) এজন নেতাক শনিবাৰে নিয়া আৰু চোৰাংচোৱা যৌথ অভিযান চলাই ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা কৰে।

জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা এন এছ চি এন (আই এম)ৰ নেতাগৰাকী হ’ল লেফটেনেণ্ট য়ানটি জছহাম। তেওঁৰ ঘৰ অৰুণাচল প্ৰদেশৰ লাংডিঙ জিলাত । তেওঁ আই এমৰ এগৰাকী এৰিয়া কামাণ্ডাৰ । উল্লেখযোগ্য যে মে’ মাহত সংঘটিত টিৰং অবহৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী এজেন্সীয়ে শনিবাৰে য়ানটি জছহামক অতি গোপনে গ্ৰেপ্তাৰ কৰি গুৱাহাটিলৈ লৈ যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি