শেহতীয়া খবৰ
দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...

ডিমাপুৰত এন এছ চি এনৰ (আই এম) মেজৰক গুলীয়াই হত্যা….

527

ডিজিটেল সংবাদ, ৱাখাঃ শুকুৰবাৰে সন্ধিয়া ডিমাপুৰৰ বাৰ্মা কেম্পত অঞ্চলত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ এগৰাকী মেজৰক তেওঁৰ বাসগৃত অচিনাক্ত দুৰ্বত্তই গুলীয়াই হত্যা কৰে । সম্প্ৰতি এই ঘটনাকলৈ ডিমাপুৰত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

জানিব পৰামতে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত মেজৰ টভিছিৰ ঘৰত মুখত মুখা লগোৱা দুজন সোমাই পৰিয়ালৰ লোকৰ সন্মুখতে এন এছ চি এনৰ মেজৰজনক গুলীয়াই পলায়ন কৰে । ইয়াৰ পিছতে পৰিয়ালৰ লোকে মেজৰ টভিছি ততাতৈয়াকৈ ডিমাপুৰ জীয়ন হাস্পতালত ভৰ্তি কৰাইছিল চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি