ডিমাপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে কমিটিৰ প্ৰতিবাদ

ডিমাপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে কমিটিৰ প্ৰতিবাদ
  • ডিমাপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
  • নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে কমিটিৰ 'কা' বিৰোধী প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী আইনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰো বিৰোধিতা কৰে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
  • এই প্ৰতিবাদী কাৰ্যসূচীত বহু লোকে অংশ লয়।
  • প্ৰতিবাদৰ সময়চোৱাত গঢ়ি তোলা হয় কঠোৰ নিৰাপত্তা বেষ্টনী।
  • নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কে থেৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি 'কা' কোনো কাৰণতে গ্ৰহণ নকৰে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in