ডিমা হাচাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত লাংটিঙত বিধ্বংসী অগ্নিকাণ্ড

ডিমা হাচাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত লাংটিঙত বিধ্বংসী অগ্নিকাণ্ড
  • ডিমা হাচাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত লাংটিঙত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত সম্পূৰ্ণৰূপে ভস্মীভূত সৰস্বতী বিদ্যামন্দিৰ নামৰ বিদ্যালয়খন।
  • পুৱা হঠাত্‍ সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ, জুইৰ সূত্ৰপাত ঘটাৰ কাৰণ জানিব পাৰা হোৱা নাই।
  • ৰঙালীৰ উছাহৰ মাজতে পাহাৰীয়া জিলাখনত অঘটন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in