ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES
  • ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত।
  • এইপৰ্যন্ত ১৫ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।
  • ১৫ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১০ খন আসন।
  • কংগ্ৰেছে লাভ কৰিছে গৰমপানীৰ আসন।
  • ইফালে, নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে ৪ খন আসন।
  • দিয়ুংব্ৰা সমষ্টিত বিজেপিৰ নৱজিত হোজাইৰ জয়লাভ।
  • ল'ৱাৰ খাটঙত নাম্ৰথাং মাৰ, দিগাৰ সমষ্টিত বিজেপিৰ ছেমুৱেল চাংছনৰ জয়লাভ।
  • ছেমখোৰত ৰাণু লাংথাছা, হাম্ৰি সমষ্টিত মনজিৎ নাইদিং, হাদিংমাত দেৱজিৎ বাথাৰী আৰু হাজাদিছাত বিজেপিৰ প্ৰজিত হোজাইৰ জয়লাভ।
  • গুনজুং সমষ্টিত জয়ী বিজেপিৰ নজিত কেম্প্ৰাই।
  • আনহাতে, দিহামলাই সমষ্টিত বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী ৰাম গোলুম্বে জেমে আৰু দলং সমষ্টিত এছ টি জেম ৰাংখলৰ জয়লাভ।
  • উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত ডিমা হাছাওত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
  • মুঠ ৭০ শতাংশ ভোটদান হৈছিল ডিমা হাছাওত।
  • ২৮খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in