কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব দিলীপ শইকীয়াই

কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব দিলীপ শইকীয়াই
  • লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুত দিলীপ শইকীয়া।
  • দিলীপ শইকীয়া ৮নং মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী।
  • সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থীজনে।
  • ইতিমধ্যে তেওঁক সংগ দিবৰ বাবে মঙলদৈত উপস্থিত কেইবাজনো বিজেপি, অগপৰ লগতে বিপিএফৰ নেতা।
  • মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।
  • দাসৰ লগতে উপস্থিত থাকিব মন্ত্রী ভবেশ কলিতা, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ ইএম জগদীশ চৰকাৰ, বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া, বিধায়ক সত্যব্ৰত কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in