মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ

মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ
  • সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।
  • বহু সমৰ্থকৰ সৈতে সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীজনে।
  • মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।
  • দাসৰ লগতে উপস্থিত থাকে মন্ত্রী ভবেশ কলিতা, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ ইএম জগদীশ চৰকাৰ, বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াৰ লগতে বিধায়ক সত্যব্ৰত কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in