শেহতীয়া খবৰ
সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...  •  দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO  •  গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী  •  নলবাৰীত ৭১ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

পশ্চিম বংগ বিজেপিৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ…

174
  • পশ্চিম বংগ বিজেপিৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ।
  • বৃহস্পতিবাৰে তেওঁক পুনৰ এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচন কৰে দলে।
  • ২০২০-২০২৩ চনলৈ তেওঁ থাকিব পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি পদত।
  • ইয়াৰ পূৰ্বেও ২০১৬ চনত তেওঁক প্ৰদান কৰা হৈছিল ৰাজ্যিক বিজেপিৰ দায়িত্বভাৰ।
  • উল্লেখ্য যে, বহু বিতৰ্কৰে সাঙোৰ খাই আছে দিলীপ ঘোষৰ নাম।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি