পশ্চিম বংগ বিজেপিৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ…

পশ্চিম বংগ বিজেপিৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ…
  • পশ্চিম বংগ বিজেপিৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত দিলীপ ঘোষ।
  • বৃহস্পতিবাৰে তেওঁক পুনৰ এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচন কৰে দলে।
  • ২০২০-২০২৩ চনলৈ তেওঁ থাকিব পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি পদত।
  • ইয়াৰ পূৰ্বেও ২০১৬ চনত তেওঁক প্ৰদান কৰা হৈছিল ৰাজ্যিক বিজেপিৰ দায়িত্বভাৰ।
  • উল্লেখ্য যে, বহু বিতৰ্কৰে সাঙোৰ খাই আছে দিলীপ ঘোষৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in