দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা…

দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা…
  • ৭খনলৈ বৃদ্ধি পালে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা।
  • দিহিং পাটকাইক শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে।
  • ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰিছে এই ঘোষণা।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে।
  • বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাইমাক এই স্বীকৃতি প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in