প্ৰধান মন্ত্রী তথা স্বাস্থ্য বিভাগৰ নিদেৰ্শ মানি চলক, নহলে বিপদ অনিবাৰ্য্যঃ দিহানামৰে ৰাইজলৈ এই আহ্বান শিল্পী কমলা গগৈৰ, VIDEO

প্ৰধান মন্ত্রী তথা স্বাস্থ্য বিভাগৰ নিদেৰ্শ মানি চলক, নহলে বিপদ অনিবাৰ্য্যঃ দিহানামৰে ৰাইজলৈ এই  আহ্বান শিল্পী কমলা গগৈৰ, VIDEO

ডিজিটেল সংবাদ, আমবাৰীঃ মহামাৰী কোৰোনাই সংহাৰী ৰূপ ধাৰন কৰিছে সমগ্ৰ বিশ্বতে । মানৱ জাতিৰ এই সংকটৰ সময়ত সাৱধানতাৰ বাহিৰে অন্য অস্ত্ৰ নাই । সামাজিক দূৰত্ব বৰ্তাই ৰখাই মহামাৰিৰ পৰা হাত হৰাৰ প্ৰধান অস্ত্ৰ ।

এনে এক সময়তে শিল্পী কমলা গগৈয়ে দিহা নামৰ জড়িয়তে দেশ বাসীলৈ সজাগ সচেতন হ'বলৈ আহ্বান জনাইছে । লগতে দিহা নামৰ সম্ৰাট গৰাকীয়েে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগটোক কৃতজ্ঞতা জনোৱাৰ লগতে দেওবাৰে দেশৰ প্ৰধান মন্ত্রী গৰাকীয়ে দেশবাশীলৈ জনোৱা আহ্বান গীতৰ জৰিয়তে পালন কৰিবলৈ অসমবাসীলৈ গোহাৰি জনাইছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in