বিধেয়ক বাতিলৰ দাবীত ডিগবৈত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল

বিধেয়ক বাতিলৰ দাবীত ডিগবৈত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ
  • ডিগবৈত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত, বৃহত্তৰ লক্ষীপথাৰবাসীৰ সহযোগত প্ৰতিবাদী সমদল।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ।
  • লক্ষীপথাৰৰ পৰা দুই সহস্ৰাধিক লোকে সমদল কৰি ডিগবৈ চহৰৰ মাজমজিয়াত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in