ৰনৌক আলী হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত ভিজিলেন্সৰ অভিযান…

ৰনৌক আলী হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত ভিজিলেন্সৰ অভিযান…
  • ডিআইজি ৰনৌক আলী হাজৰিকাৰ ঘৰত ভিজিলেন্সৰ অভিযান।
  • হেঙেৰাবাৰীত থকা হাজৰিকাৰ বাসগৃহত চলাইছে এই অভিযান।
  • আয় বহিঃৰ্ভূত সম্পত্তিৰ উৎস বিচাৰি অভিযান চলাই ভিজিলেন্সে।
  • ইতিমধ্যেই নিলম্বিত কৰা হৈছে ৰনৌক আলী হাজৰিকাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in