শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

ডিফুত কোৰোনাত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যু…

149
  • ৰাজ্যত পুনৰ COVID-19ত আক্রান্তৰ মৃত্যু।
  • ডিফুত মৃত্যু অভিনাশ দেৱনাথ নামৰ এজন ব্যৱসায়ীৰ।
  • DMCHৰ কোভিড-১৯ হাস্পতালত আছিল ব্যৱসায়ীজন।
  • দীৰ্ঘদিনে যকৃতৰ সমস্যাত ভুগি আছিল ব্যৱসায়ীজন।
  • ডিফু ফৰেন মাৰ্কেটত আছিল ব্যৱসায়িক প্রতিষ্ঠান।
  • ডিফুৰ ধৰমনলাৰ বাসিন্দা আছিল ব্যৱসায়ী অভিনাশ দেৱনাথ।
  • কাৰ্বি পাহাৰত কোৰোনাৰ ব্যাপক গণ সংক্রমণ।
  • যোৱা ২৪ ঘণ্টাত কাৰ্বি আংলঙত ৪৩জন আক্রান্ত।
  • আক্রান্তসকলৰ ১৫জন ডিফু জিলা কাৰাগাৰৰ।
  • ডিফুৰ অসম গ্রামীণ বিকাশ বেংকৰ প্রবন্ধকো আক্রান্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি