ডিফুত কোৰোনাত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যু…

ডিফুত কোৰোনাত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যু…
  • ৰাজ্যত পুনৰ COVID-19ত আক্রান্তৰ মৃত্যু।
  • ডিফুত মৃত্যু অভিনাশ দেৱনাথ নামৰ এজন ব্যৱসায়ীৰ।
  • DMCHৰ কোভিড-১৯ হাস্পতালত আছিল ব্যৱসায়ীজন।
  • দীৰ্ঘদিনে যকৃতৰ সমস্যাত ভুগি আছিল ব্যৱসায়ীজন।
  • ডিফু ফৰেন মাৰ্কেটত আছিল ব্যৱসায়িক প্রতিষ্ঠান।
  • ডিফুৰ ধৰমনলাৰ বাসিন্দা আছিল ব্যৱসায়ী অভিনাশ দেৱনাথ।
  • কাৰ্বি পাহাৰত কোৰোনাৰ ব্যাপক গণ সংক্রমণ।
  • যোৱা ২৪ ঘণ্টাত কাৰ্বি আংলঙত ৪৩জন আক্রান্ত।
  • আক্রান্তসকলৰ ১৫জন ডিফু জিলা কাৰাগাৰৰ।
  • ডিফুৰ অসম গ্রামীণ বিকাশ বেংকৰ প্রবন্ধকো আক্রান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in