শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ মৃত্যু…

586
  • জনপ্ৰিয় ফুটবল খেলুৱৈ ডিয়েগ’ মাৰাডোনা আৰু নাই।
  • হৃদক্ৰিয়া বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈগৰাকীৰ।
  • নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।
  • দুসপ্তাহৰ পূৰ্বে তেওঁৰ ব্লাড ক্ল’টৰ অন্ত্ৰোপচাৰ কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি