আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ মৃত্যু…

আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ মৃত্যু…
  • জনপ্ৰিয় ফুটবল খেলুৱৈ ডিয়েগ' মাৰাডোনা আৰু নাই।
  • হৃদক্ৰিয়া বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈগৰাকীৰ।
  • নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।
  • দুসপ্তাহৰ পূৰ্বে তেওঁৰ ব্লাড ক্ল'টৰ অন্ত্ৰোপচাৰ কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in