ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ আত্মহত্যা…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ আত্মহত্যা…
  • ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ পুনৰ আত্মহত্যা।
  • বিশ্ববিদ্যালয়খনৰ ছাত্ৰজনৰ আত্মহত্যাক লৈ চাঞ্চল্য।
  • বিশ্ববিদ্যালয়ৰ সমীপৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰে ছাত্ৰজনে।
  • আত্মহত্যা কৰা ছাত্ৰজন পদাৰ্থ বিজ্ঞান বিভাগৰ লক্ষ্যজিৎ গগৈ।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই ছাত্ৰজনে আত্মহত্যা কৰাৰ কাৰণ।
  • হোষ্টেলত চীপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে।
  • ধেমাজিত ঘৰ মেধাৱী লক্ষ্যজিৎ গগৈৰ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
  • মানসিক হতাশাত ভূগি লক্ষ্যজিৎ গগৈ নামৰ ছাত্ৰজনে আত্মহত্যা কৰাৰ সন্দেহ।
  • কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়খনৰ হোষ্টেলত এগৰাকী ছাত্ৰীয়েও কৰিছিল আত্মহত্যা।
  • এই বৰ্ষত বিশ্ববিদ্যালয়খনত শনিবাৰে সংঘটিত হ'ল দ্বিতীয়টো আত্মহত্যাৰ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in