শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ আত্মহত্যা…

5,049
  • ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ পুনৰ আত্মহত্যা।
  • বিশ্ববিদ্যালয়খনৰ ছাত্ৰজনৰ আত্মহত্যাক লৈ চাঞ্চল্য।
  • বিশ্ববিদ্যালয়ৰ সমীপৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰে ছাত্ৰজনে।
  • আত্মহত্যা কৰা ছাত্ৰজন পদাৰ্থ বিজ্ঞান বিভাগৰ লক্ষ্যজিৎ গগৈ।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই ছাত্ৰজনে আত্মহত্যা কৰাৰ কাৰণ।
  • হোষ্টেলত চীপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে।
  • ধেমাজিত ঘৰ মেধাৱী লক্ষ্যজিৎ গগৈৰ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
  • মানসিক হতাশাত ভূগি লক্ষ্যজিৎ গগৈ নামৰ ছাত্ৰজনে আত্মহত্যা কৰাৰ সন্দেহ।
  • কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়খনৰ হোষ্টেলত এগৰাকী ছাত্ৰীয়েও কৰিছিল আত্মহত্যা।
  • এই বৰ্ষত বিশ্ববিদ্যালয়খনত শনিবাৰে সংঘটিত হ’ল দ্বিতীয়টো আত্মহত্যাৰ ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি