ডিব্ৰুগড়তো স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন

ডিব্ৰুগড়তো স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়তো উলহ-মালহেৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

ডিব্ৰুগড় চৌকিডিংগী খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসত পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

এই অনুষ্ঠানত জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু সংখ্যক লোকে অংশ লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in