ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল ডকাইতৰ বৃহৎ দল…

  • ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল ডকাইতৰ বৃহৎ দল।
  • আৰক্ষীয়ে কৰায়ত্ত কৰিছে ৬টা ডকাইতক।
  • ২১ জুনত বগীবিল দলঙত সংঘটিত কৰিছিল ডকাইতিকাণ্ড।
  • অৰুণাচলৰ এজন লোকৰ পৰা লুটিছিল ৫ লক্ষাধিক টকা।
  • আত্মীয়ৰ চিকিত্সাৰ বাবে ডিব্ৰুগড়লৈ ধনখিনি আনিছিল লোকজনে।
  • ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে ডকাইতৰ দলটোক।
  • জব্দ হৈছে ডকাইতিকাণ্ডত ব্যৱহৃত AS06P6796 নম্বৰৰ নেন' গাড়ী।
  • এখন নম্বৰপ্লেট বিহীন স্কুটীও জব্দ কৰিছে আৰক্ষীয়ে।
  • বগীবিলত এই দলটোৱে সংঘটিত কৰিছে কেইবাটাও ডকাইতিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in