ডিব্ৰুগড়ৰ পেণ্টালুনছ শ্ব’পিং মলত মৃতদেহ উদ্ধাৰ…

  • ডিব্ৰুগড়ৰ পেণ্টালুনছ শ্ব'পিং মলত মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো এজন যুৱকৰ বুলি জানিব পৰা গৈছে।
  • যুৱকজনৰ নাম লাটু দিহিঙীয়া।
  • বৰবৰুৱাত ঘৰ যুৱকজনৰ।
  • তেওঁ পেণ্টালুনছ নামৰ শ্ব'পিং মলটোতে কাম কৰিছিল বুলি জানিব পৰা গৈছে।
  • শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হৈছিল শ্ব'পিং মলটো।
  • ইফালে সেইদিনাৰে পৰাই সন্ধানহীন হৈ আছিল যুৱকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in