আৰক্ষী অধীক্ষকৰ পিচত ডিব্ৰুগড়ৰ উপায়ুক্তকো অপসাৰণ…

  • ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ পিচতে অপসাৰণ কৰা হৈছে উপায়ুক্তকো।
  • ইয়াৰ পূৰ্বে ১৩ ছেপ্তেম্বৰত বদলি কৰা হৈছিল আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণক।
  • শংকৰণক বদলি কৰা হৈছিল কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়ানৰ অধীক্ষক ৰূপে।
  • জিলাখনৰ নতুন আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছিল এ পি এছ বিষয়া গৌতম বৰাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in