শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

‘বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে’

262
  • ডিব্ৰুগড়ৰ দলীয় সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • ভাষণৰ প্ৰসংগত সোণোৱালে কয়-
  • ‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে।’
  • ‘এইপৰ্যন্ত এইখন চৰকাৰক জাতিধ্বংসী চৰকাৰ বুলি কোৱা হৈছে।’
  • ‘কিন্তু বিজেপি চৰকাৰে সুশাসন ব্যৱস্থাৰ যোগেদি ৰাজ্যখনক মৰ্যাদা দিবলৈ সক্ষম হৈছে।’
  • ‘সেইবাবে বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি–পুৰি মৰিছে।’
  • ‘এ পি এছ চিৰ কেলেংকাৰী নাইকিয়া কৰিবলৈ আন চৰকাৰে দৃঢ়তাৰে পদক্ষেপ ল’ব পৰা নাছিল, কিন্তু বিজেপি চৰকাৰে পাৰিলে।’
  • নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱা বাবে আজি এ পি এছ চিৰ ওপৰত আস্থা আৰু বিশ্বাসৰ জন্ম হৈছে।’
  • ‘দুখীয়া প্ৰাৰ্থীয়ে সংস্থাপন পাইছে। কংগ্ৰেছৰ কাৰ্যকালত চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ মধ্যভোগী আছিল ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি