‘বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে’

‘বিজেপি চৰকাৰৰ সুশাসন দেখি  বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে’
  • ডিব্ৰুগড়ৰ দলীয় সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • ভাষণৰ প্ৰসংগত সোণোৱালে কয়-
  • 'বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে।'
  • 'এইপৰ্যন্ত এইখন চৰকাৰক জাতিধ্বংসী চৰকাৰ বুলি কোৱা হৈছে।'
  • 'কিন্তু বিজেপি চৰকাৰে সুশাসন ব্যৱস্থাৰ যোগেদি ৰাজ্যখনক মৰ্যাদা দিবলৈ সক্ষম হৈছে।'
  • 'সেইবাবে বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি–পুৰি মৰিছে।'
  • 'এ পি এছ চিৰ কেলেংকাৰী নাইকিয়া কৰিবলৈ আন চৰকাৰে দৃঢ়তাৰে পদক্ষেপ ল'ব পৰা নাছিল, কিন্তু বিজেপি চৰকাৰে পাৰিলে।'
  • নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱা বাবে আজি এ পি এছ চিৰ ওপৰত আস্থা আৰু বিশ্বাসৰ জন্ম হৈছে।'
  • 'দুখীয়া প্ৰাৰ্থীয়ে সংস্থাপন পাইছে। কংগ্ৰেছৰ কাৰ্যকালত চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ মধ্যভোগী আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in