ডিব্ৰুগড়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীবৰ্ষণ, চাওঁক EXCLUSIVE VIDEO…

ডিব্ৰুগড়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীবৰ্ষণ, চাওঁক EXCLUSIVE VIDEO…
  • ডিব্ৰুগড়ত অসম বন্ধত উত্তপ্ত পৰিস্থিতি।
  • আমোলাৱতী চাৰিআলিত সমবেত হৈছিল বহু প্ৰতিবাদকাৰী।
  • টায়াৰ জ্বলাই সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • কংগ্ৰেছ-অগপৰ বহু সংখ্যক প্ৰতিবাদকাৰী উপস্থিত আছিল সেই স্থানত।
  • টায়াৰ জ্বলোৱাৰ পাছত বিজেপি কাৰ্যালয়ৰ সমুখলৈ গৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা কৰোতে সংঘৰ্ষত লিপ্ত হয় দুয়ো পক্ষ।
  • আৰক্ষীলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীৰ শিলাৱৰ্ষণ।
  • এই ঘটনাত আহত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণেশ্বৰ সিং আৰু তেওঁৰ দেহৰক্ষী।
  • ঘটনাস্থলীত উপস্থিত হয়হি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বৃহৎ দল।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি নিৰ্বাপন কৰে জুই।
  • প্ৰতিবাদকাৰীক খেদিবলৈ লাঠীচালনা কৰে আৰক্ষীয়ে।
  • পৰিস্থিতি অধিক অৱনতি ঘটাত শূন্যলৈ ৰবৰৰ বুলেট নিক্ষেপ কৰে আৰক্ষীয়ে।
  • ৪ জাঁই ৰবৰ গুলী নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in