শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দিৱন ডেকাক…

235
  • ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল এছ আই কেলেংকাৰীৰ অভিযুক্ত দিৱন ডেকাক।
  • ১৪ দিনৰ বাবে দিৱন ডেকাক প্ৰেৰণ ন্যায়িক জিম্মালৈ।
  • কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডেকা সহ মনজিৎ বৰা, তৰণী কান্ত বনিক্য, ৰূপম দাস আৰু প্ৰদীপ মজুমদাৰক।
  • ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে ৫ দিনৰ জিম্মা লৈছিল দিৱনক।
  • তাৰপাছতে চিআইডিয়ে দিনৱ ডেকাক লৈছিল ৬ দিনৰ জিম্মাত।
  • তৰিণীকান্ত বানিক্য, মনজিৎ বৰা, প্ৰদীপ মজুমদাৰ, ৰূপম দাসক চিআইডি-য়ে বিচৰে নিজৰ জিম্মাত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি