১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দিৱন ডেকাক…

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দিৱন ডেকাক…
  • ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল এছ আই কেলেংকাৰীৰ অভিযুক্ত দিৱন ডেকাক।
  • ১৪ দিনৰ বাবে দিৱন ডেকাক প্ৰেৰণ ন্যায়িক জিম্মালৈ।
  • কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডেকা সহ মনজিৎ বৰা, তৰণী কান্ত বনিক্য, ৰূপম দাস আৰু প্ৰদীপ মজুমদাৰক।
  • ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে ৫ দিনৰ জিম্মা লৈছিল দিৱনক।
  • তাৰপাছতে চিআইডিয়ে দিনৱ ডেকাক লৈছিল ৬ দিনৰ জিম্মাত।
  • তৰিণীকান্ত বানিক্য, মনজিৎ বৰা, প্ৰদীপ মজুমদাৰ, ৰূপম দাসক চিআইডি-য়ে বিচৰে নিজৰ জিম্মাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in