ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ফলাফলঃ সাধাৰণ সম্পাদক পদত জয়ী হিমালয় বাৰিক…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ফলাফলঃ সাধাৰণ সম্পাদক পদত জয়ী হিমালয় বাৰিক…
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা৷
  • মুঠ ১৮গৰাকী জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা।
  • সভাপতি- পবন গগৈ।
  • উপ সভাপতি- লক্ষীনন্দ টায়।
  • সাধাৰণ সম্পাদক- হিমালয় বাৰিক।
  • সহকাৰী সাধাৰণ সম্পাদক- পাৰ্থজ্যোতি বৰুৱা।
  • মেগাজিন সম্পাদক- সপোন বৰুৱা।
  • সংগীত সম্পাদক- প্ৰিনছেং ছিছেন সিংফু।
  • সাংস্কৃতিক সম্পাদক- দেবপ্ৰতীম বৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in