শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা…

336

ডিজিটেল ডেস্কঃ কোনোবাই বাৰু ভাৱিছিল নে, ধুলি আৰু প্ৰদুষণৰ পৰা বাচিবলৈ কেতিয়াবা মাত্ৰ ব্যৱহাৰ কৰা মাস্কখন এদিন দেহৰ সাজ-পাৰৰ দৰেই অতিকৈ প্ৰয়োজনীয় হৈ পৰিব। কোনো লোকে নাভাৱিলেও কোৰোনাই প্ৰকোপত শেহতীয়াকৈ সকলোৱে মুখত নহলেও ডিঙিত অথবা জেপত এখন একোখনকৈ মাস্ক ৰখা হ’ল।

Image

মানুহৰ জীৱনত মাস্কৰ চাহিদা বৃদ্ধিৰ লগে লগে এই মাস্কক লৈ ব্যৱসায়ৰ পৰিসৰ বহুতে বৃদ্ধি কৰিলে। কোনোবাই যদি সোণৰ মাস্ক বনাইছে কোনোবাই আকৌ মাস্ক আকৃতিৰ পৰঠা বনাই বিক্ৰী কৰিছে ৰেষ্ট্ৰুৰাত। এনেবোৰ চলি থাকোতেই শেহতীয়াকৈ বজাৰলৈ আহিছে হীৰাৰ মাস্ক।

Image

হীৰা এই মাস্ক শেহতীয়াকৈ প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে গুজৰাটৰ চুৰাটৰ এগৰাকী গহণা ব্যৱসায়ীয়ে। সাধাৰণ এন-৯৫মাস্ৰ আৰু ৩প্লাই প্ৰটেকশ্যন মাস্কত হীৰা খচিত কৰি বিভিন্ন ডিজাইনৰে সজাই তোলা হৈছে মাস্ক। দীপক চৌকছী নামৰ ব্যৱসায়ীগৰাকীয়ে প্ৰস্তুত কৰা এনে মাস্কৰ ১ লাখৰ পৰা ৪লাখ টকা পৰ্যন্ত।

Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি