মঙলবাৰে উন্মোচন কৰা হ’ব জ্যোতি দাসৰ গ্ৰন্থ ‘ডায়েবেটিছ আৰু আহাৰ’

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মঙলবাৰে উন্মোচন কৰা হ'ব জ্যোতি দাসৰ গ্ৰন্থ 'ডায়েবেটিছ আৰু আহাৰ'।
  • লতাশিলৰ উগ্ৰতাৰা মন্দিৰৰ সমীপৰ থলগিৰিত উন্মোচন কৰা হ'ব গ্ৰন্থখন।
  • কেবাগৰাকী চিকিৎসক আৰু সাংবাদিকৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হ'ব।
  • পুৱা ১১ বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটোতে এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in