শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

মঙলবাৰে উন্মোচন কৰা হ’ব জ্যোতি দাসৰ গ্ৰন্থ ‘ডায়েবেটিছ আৰু আহাৰ’

100
  • মঙলবাৰে উন্মোচন কৰা হ’ব জ্যোতি দাসৰ গ্ৰন্থ ‘ডায়েবেটিছ আৰু আহাৰ’।
  • লতাশিলৰ উগ্ৰতাৰা মন্দিৰৰ সমীপৰ থলগিৰিত উন্মোচন কৰা হ’ব গ্ৰন্থখন।
  • কেবাগৰাকী চিকিৎসক আৰু সাংবাদিকৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হ’ব।
  • পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটোতে এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি