পুৱাই অঘটন, পৰীক্ষা দিবলৈ যাওঁতে ডাম্পাৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ…

পুৱাই অঘটন, পৰীক্ষা দিবলৈ যাওঁতে ডাম্পাৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ…
  • মহানগৰীৰ সমীপৰ ধোপগুৰিৰ কৰাইগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী।
  • পৰীক্ষা দিবলৈ চাইকেলেৰে আহি থকা অৱস্হাত তীব্ৰ জোৰে খুন্দা মৌচুমী বিশ্বাস নামৰ ছাত্ৰী গৰাকীক।
  • এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি।
  • ডাম্পাৰ চলাচল বন্ধ কৰাৰ দাবী উত্তেজিত ৰাইজৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in