ধুবুৰীত ইৰাণী গ্ৰুপৰ সদস্য আটক

ধুবুৰীত ইৰাণী গ্ৰুপৰ সদস্য আটক
  • ধুবুৰীত ইৰাণী গ্ৰুপৰ সদস্য আটক।
  • এজন শিক্ষকৰ পৰা বেগ কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আটক।
  • আব্দুল খালেক নামৰ শিক্ষকজনৰ পৰা টকাৰ বেগ কাঢ়িবলৈ চেষ্টা কৰোতে আটক হয় চোৰ।
  • আটকাধীন চোৰটোৰ নাম এলাইন্স গোৱালা।
  • পশ্চিম বংগৰ জলপাইগুৰিত ঘৰ এলাইন্সৰ।
  • ৰাইজে আটক কৰি চোৰটোক গতাই দিয়ে আৰক্ষীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in