ধুবুৰীৰ ছাগলীয়াত ২ জুৱাৰীক গ্ৰেপ্তাৰ…

ধুবুৰীৰ ছাগলীয়াত ২ জুৱাৰীক গ্ৰেপ্তাৰ…
  • ধুবুৰীৰ ছাগলীয়াত ২ জুৱাৰীক গ্ৰেপ্তাৰ।
  • ধৃত মুছতাফিজুৰ ৰহমান আৰু ৰছিদুল ইছলাম।
  • জুৱাৰী দুটাৰ পৰা জব্দ এটা টিভি, ৫টা মোবাইল আৰু বহু আপত্তিজনক সামগ্ৰী।
  • আইপিএলৰ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in