ধুবুৰী সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, UPDATE

ধুবুৰী সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, UPDATE

ধুবুৰী সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-

মুঠ জিলা পৰিষদৰ সংখ্যা- ১৭

  • বিজেপিয়ে লাভ কৰেঃ ১
  • কংগ্ৰেছে লাভ কৰেঃ ১৩
  • এ আই ইউ ডি এফে লাভ কৰেঃ ৩

পঞ্চায়ত সভাপতি পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৯

  • কংগ্ৰেছে লাভ কৰেঃ ৪০
  • বিজেপিয়ে লাভ কৰেঃ ১০
  • এআইইউডিএফে লাভ কৰেঃ ২২
  • বিপিএফে লাভ কৰেঃ ১
  • অন্যান্যই লাভ কৰেঃ ১০

আঞ্চলিক পঞ্চায়ত সদস্য পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৫

  • কংগ্ৰেছে লাভ কৰেঃ ৩৪
  • বিজেপিয়ে লাভ কৰেঃ ৮
  • এ আই ইউ ডি এফে লাভ কৰেঃ ২৫
  • অন্যান্যই লাভ কৰেঃ ৭

গাঁও পঞ্চায়ত সদস্য পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৬০

  • কংগ্ৰেছে লাভ কৰেঃ ২৭০
  • বিজেপিয়ে লাভ কৰেঃ ১০৬
  • এআইইউডিএফে লাভ কৰেঃ ১৩৩
  • অপই লাভ কৰেঃ ১
  • বিপিএফে লাভ কৰেঃ ৩
  • অন্যান্যই লাভ কৰেঃ ৯৮

(বৰ্তমানলৈ সম্পূৰ্ণ হোৱা নাই ধুবুৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in