ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত বালাডোবা অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড

ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত বালাডোবা অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড
  • ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্ত বালাডোবা অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত সম্পূৰ্ণ ৰূপে জাহ গ'ল এটা বাসগৃহ।
  • অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতিসাধন।
  • জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in