প্ৰতীকি ফটো
প্ৰতীকি ফটো

ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক’লৈ গৈছিল…

  • শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত ধুবুৰীৰ লোকজনৰ নাম আলহাজ জামাল উদ্দিন
  • লোকজনৰ ঘৰ চাপৰৰ মোৱাটাৰীত।
  • ৫ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আছিল আলহাজ জামাল উদ্দিন নিজামুদ্দিন দৰগাহত।
  • ১০ মাৰ্চত নতুন দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল
  • তাৰপিছতে ৰেলেৰে অভয়াপুৰী আৰু অভয়াপুৰীৰ পৰা চাপৰলৈ যাত্ৰা কৰিছিল আলহাজ জামাল উদ্দিনে।
  • ১২ মাৰ্চত চাপৰৰ নিজৰ বাসগৃহত উপস্থিত হৈছিল জামাল উদ্দিন।
  • ১২ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ সাধাৰণ লোকৰ দৰেই জীৱন যাপন কৰিছিল জামাল উদ্দিনে।
  • ১৮ মাৰ্চত জ্বৰ হোৱাত প্ৰথমে চাপৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল তেওঁ ৷
  • ১৮ মাৰ্চতs বঙাইগাঁও চিকিৎসালয়লৈও গৈছিল জামাল উদ্দিন।
  • ইয়াৰে মাজতে উত্তৰাখণ্ডৰ পৰা চাপৰলৈ অহা ১০ জনীয়া দলটোৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে জামাল উদ্দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in