ধুবুৰীৰ ফকীৰগঞ্জত বজ্র পৰি নিহত এজন, আহত ২জন

ধুবুৰীৰ ফকীৰগঞ্জত বজ্র পৰি নিহত এজন, আহত ২জন
  • ধুবুৰীৰ ফকীৰগঞ্জত বজ্র পৰি নিহত এজন ঠেলা চালক, আহত আন দুজন।
  • নিহত লোকজনৰ নাম ময়নাল হক (৩৫)।
  • আহত দুজনৰ নাম তমছেৰ আলি (৩২) আৰু আলাল উদ্দীন (২০)।
  • কিছুসময় পূৰ্বে সংঘটিত হৈছে এই ঘটনা।
  • থিতাতে নিহত হয় ঠেলা চালকজন।
  • ফকীৰগঞ্জ বজাৰৰ পৰা ৰাধুৰাম চাৰিআলিলৈ ঠেলাত সামগ্ৰী লৈ গৈছিল লোকজন।
  • ইফালে আহত দুজনক ফকীৰগঞ্জ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে।
  • দুয়োৰে অৱস্থা সংকটজনক।
  • উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে দুয়োজন লোককে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in