ধুবুৰীত ৰেলৰ খুন্দাত নিহত এজন

ধুবুৰীত ৰেলৰ খুন্দাত নিহত এজন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ গৈবজাৰত সোমবাৰে সন্ধিয়া ৰেলৰ খুন্দাত এজন যুৱক নিহত হয়। নিহত যুৱকজনক  মোজাম্মেল হক চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি মোজাম্মেল আৰু তেওঁৰ এজন বন্ধু ৰেলপথত বহি থকাৰ সময়তে তীব্ৰ বেগী ৰেলে মহতিয়াই নিয়ে দুয়োকে। গুৰুতৰ ভাৱে আহত আনজন যুৱকক ভৰ্তি কৰা হৈছে ধুবুৰী চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in