বহিঃৰাজ্যৰ যুৱকক বেয়া কামৰ বাবে সুযোগ দিয়ে অসমৰ যুৱতীয়ে! ধুবুৰীত হাতে-লুটে আটক…

বহিঃৰাজ্যৰ যুৱকক বেয়া কামৰ বাবে সুযোগ দিয়ে অসমৰ যুৱতীয়ে! ধুবুৰীত হাতে-লুটে আটক…
  • ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নকল সোণৰ বেহা।
  • এইবাৰ নকল সোণ জব্দ হ'ল ধুবুৰীত।
  • এহাল যুৱক-যুৱতীৰ পৰা সোণখিনি জব্দ হৈছে।
  • বেপাৰী পট্টিত সোণসহ আটক কৰা হৈছে ২ যুৱক-যুৱতীক।
  • আটকাধীন যুৱকজনৰ নাম সুশান্ত প্ৰধান।
  • কলকাতাত ঘৰ সুশান্ত প্ৰধানৰ।
  • ইফালে যুৱতীগৰাকীৰ ঘৰ ধুবুৰীত।
  • সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল ২ যুৱক-যুৱতী।
  • তাৰ পাছতে তেওঁলোকক তালাচী চলাই আৰক্ষীয়ে নকল সোণ জব্দ কৰে।
  • ইফালে এনেদৰে বহিঃৰাজ্যৰ যুৱকৰ সৈতে নকল সোণসহ অসমৰ যুৱতী আটক হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰশ্নৰ।
  • বহিঃৰাজ্যৰ যুৱকক এনে কাৰ্যত অসমৰ লোকেও সুযোগ দিয়াৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in