শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

বহিঃৰাজ্যৰ যুৱকক বেয়া কামৰ বাবে সুযোগ দিয়ে অসমৰ যুৱতীয়ে! ধুবুৰীত হাতে-লুটে আটক…

27,808
  • ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নকল সোণৰ বেহা।
  • এইবাৰ নকল সোণ জব্দ হ’ল ধুবুৰীত।
  • এহাল যুৱক-যুৱতীৰ পৰা সোণখিনি জব্দ হৈছে।
  • বেপাৰী পট্টিত সোণসহ আটক কৰা হৈছে ২ যুৱক-যুৱতীক।
  • আটকাধীন যুৱকজনৰ নাম সুশান্ত প্ৰধান।
  • কলকাতাত ঘৰ সুশান্ত প্ৰধানৰ।
  • ইফালে যুৱতীগৰাকীৰ ঘৰ ধুবুৰীত।
  • সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল ২ যুৱক-যুৱতী।
  • তাৰ পাছতে তেওঁলোকক তালাচী চলাই আৰক্ষীয়ে নকল সোণ জব্দ কৰে।
  • ইফালে এনেদৰে বহিঃৰাজ্যৰ যুৱকৰ সৈতে নকল সোণসহ অসমৰ যুৱতী আটক হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰশ্নৰ।
  • বহিঃৰাজ্যৰ যুৱকক এনে কাৰ্যত অসমৰ লোকেও সুযোগ দিয়াৰ অভিযোগ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি