ধোনী আউট!

ধোনী আউট!
  • ১ ৰান কৰিয়েই পেভিলয়লৈ উভতিল এম এছ ধোনী।
  • আমিৰৰ বলত উইকেট কীপাৰ চাৰফৰাজৰ হাতত কেচ তুলি আউট ধোনী।
  • ভাৰতৰ স্কৰ ৪ উইকেটত ২৯৮ ৰান।
  • ক্ৰিজত ৬৭ ৰানত বেটিং কৰি আছে বিৰাট কোহলীয়ে।
  • ধোনীৰ ঠাইত বেটিং কৰিবলৈ আহিছে বিজয় শংকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in