শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

হাৰ্দিক পাণ্ডিয়াক ধোনীয়ে ‘বুৰ্বক’ বুলি কিয় কলে? ভাইৰেল VIDEO

2,766

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিঙ ধোনী কিছুদিন ধৰি খেলপথাৰৰ পৰা আতৰি আছে। ইয়াৰ পৰিৰ্ৱতে তেঁও এইকেইদিন সময় পাৰ কৰিছে পৰিয়ালৰ সৈতে। খেল পথাৰতেই হওক বা বাস্তৱ জীৱনতেই হওক ধোনী খুবেই অমায়িক আৰু ধৈৰ্যশীলভাৱে থকা পৰিলক্ষিত হয়।

মহেন্দ্ৰ সিঙ ধোনীয়ে কোনো সৰ্তীথকো বেয়া ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা নাই। কিন্তু শেহতীয়াকৈ দেখা গ’ল কেমেৰা সন্মুখতে ধোনীয়ে টীম ইণ্ডিয়াৰ এজন সতীৰ্থক কৰিলে ৰ্দুব্যৱহাৰ। ধোনীৰ অতিকৈ ঘনিষ্ঠ হাৰ্দিক পাণ্ডিয়াক ধোনীয়ে কলে ‘বুৰ্বক’।

আচলতে বাস্তৱত ধোনীয়ে পাণ্ডিয়াক বুৰ্বক বুলি কোৱা নাই। এক বিজ্ঞাপনৰ শ্বুটিংতহে ধোনীয়ে পাণ্ডিয়াক কলে বুৰ্বক। বিজ্ঞাপনটোত ভোজপুৰী ষ্টাইলৰেৰে ধোনী পাণ্ডিয়াই কৰা কথোপকথন খুবেই মনোগ্ৰাহী হৈছে। অতি কমসময়ৰ ভিতৰত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিজ্ঞাপনটো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি