বানৰ কৱলত লখিমপুৰ, ধেমাজি জিলা

বানৰ কৱলত লখিমপুৰ, ধেমাজি জিলা
  • বিধ্বস্ত বানৰ কৱলত লখিমপুৰ, ধেমাজি জিলা।
  • অসম-অৰুণাচল সীমান্তৰ পাহাৰত ধাৰাসাৰ বৰষুণ।
  • বৰষুণৰ ফলত বৃদ্ধি পাইছে সোৱণশিৰি, কুমতিয়া, জিয়াধলৰ, ন-নদীৰ জলপৃষ্ঠ।
  • ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত ৩০খনৰো অধিক গাঁও জলমগ্ন।
  • লখিমপুৰ জিলাৰ সোৱণশিৰি ৰাজচক্ৰৰ ১৫ খনকৈ গাঁও পানীৰ তলত।
  • বানত ডুব গৈছে নামঘৰ, স্কুল, অংগনবাডী কেন্দ্ৰসমূহ।
  • ফলত পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল।
  • খেতিপথাৰ সমূহ বনত ডুব যোৱাত হাহাকাৰ সৃষ্টি হৈছে চহা কৃষক ৰাইজৰ মাজত।
  • দুটাকৈ গ্ৰাম চড়ক যোজনাৰ গড়কাপ্তানি পথবোৰো এতিয়া বানৰ কৱলত।
  • গোগামুখৰ পৰা তুলসী বাৰী হৈ বৰদৈ তিনি আলিলৈ অহা-যোৱা কৰা পথটো যান-বাহন চলাচল ব্যাহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in