শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

কোনো কাৰণতে মানি নলয় ‘কা’, ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO

173
  • নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত ধেমাজি কাছাৰী ময়দানত ৩০ ঘন্টীয়া গণ অনশন ধেমাজি জিলা ছাত্ৰ সন্থাৰ।
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী।
  • নিশাৰ ভাগটো শতাধিক প্ৰতিবাদকাৰী উপস্থিত ধৰ্ণাস্থলীত।
  • সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই অনশন।
  • শনিবাৰে পুৱা ৮ বজাৰ পৰা দেওবাৰে বিয়লি ২ বজাৰলৈকে ৩০ ঘন্টীয়া গণ অনশন।
  • শনিবাৰে পুৱা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে।

  • আছুৰ কেবাগৰাকী কেন্দ্ৰীয় নেতৃবৰ্গইয়ো অংশ লৈছে এই কাৰ্যসূচীত।
  • সকলোৱে কা বাতিৰ কৰাৰ দাবী তুলিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি